সৰুসজাইত নিৰ্মাণ কৰা DRDO হাস্পতালখনত SCRUB TYPHUS ৰোগত আক্ৰান্ত হৈছে চিকিৎসক নাৰ্চ সহ মুঠ চাৰিগৰাকী লোক। ইয়াৰে ভিতৰত আছে কোভিড ৰোগীও। চিকিৎসালয়খনত নতুনকৈ দেখা দিয়া ৰোগৰ ফলত তৎক্ষণিকভাবে ৰোগীসকলক স্থানন্তৰ সিদ্ধান্ত লৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷ DRDO হাস্পতালৰ অধীক্ষক ডাঃ ৰাজপ্ৰতীম দাসো আক্ৰান্ত হৈছে SCRUB TYPHUSত৷ জৰুৰী ভাবে DRDO ক’ভিড হাস্পতালৰ পৰা GMCHলৈ স্থানান্তৰ কৰা […]