Posted inঅসম

How to: ঘৰতে বহি কেনেকৈ বনাব Driving License 

বৰ্তমান সময়ত ড্ৰাইভিং লাইচেঞ্চৰ বাবে পৰিবহন বিভাগৰ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাই। কিয়নো ঘৰতে বহি বহি আপুনি Apply কৰিব পাৰে ড্ৰাইভিং লাইচেঞ্চৰ বাবে।  পোন প্ৰথমে https://parivahan.gov.in/parivahan/ ৱেবছাইটলৈ যাব।  ৱেবছাইটটো খোলাৰ পাছত Drivers/ Learners License ক্লিক কৰক। ক্লিক কৰাৰ পাছতে ৰাজ্যৰ নাম অৰ্থাৎ select state nameত ক্লিক কৰিব লাগিব। তাৰপাছত আপুনি Assamত ক্লিক কৰক। Assamত ক্লিক কৰাৰ […]