Posted inNews

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: ৰাছিয়ান সামৰিক ঘাটিত পুনৰ ইউক্ৰেইনৰ ড্ৰ’ন আক্ৰমণ

অব্যাহত আছে দুই চুবুৰীয়া ৰাষ্ট্ৰ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ বিভীষিকা। কেইবামাহজোৰা এই যুদ্ধৰ অৱসানৰ বাবে বিশ্ব সম্প্ৰদায়ৰ আহ্বানক আওকাণ কৰি ৰাছিয়ান সেনাই আগ্ৰাসন বন্ধ নকৰাৰ সমান্তৰালভাৱে পিছ পৰি ৰোৱা নাই ইউক্ৰেইন সেনাও। এই আক্ৰমণ-প্ৰত্যাক্ৰমণৰ বিভীষিকাত প্ৰাণ হেৰুৱাইছে ইতিমধ্যে বিপুল সেনাৰ লগতে সাধাৰণ নাগৰিকেও। তাৰ পিছতো মাৰ যোৱা নাই যুদ্ধৰ ঢৌ। এই যুদ্ধৰ দাবানলৰ মাজতে […]