নিউজ ডেস্ক- আজি ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত কেন্দ্ৰীয় সতর্কতা আয়ুক্ত (চিভিচি) হিচাপে প্ৰবীণ কুমাৰ শ্ৰীবাস্তৱক শপত গ্ৰহণ কৰোৱায়। আজি পুৱা ১০.৩০ বজাত প্রবীণ কুমাৰ শ্ৰীবাস্তৱে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক অনুষ্ঠানত কেন্দ্ৰীয় সতর্কতা আয়ুক্ত হিচাপে শপত গ্ৰহণ কৰে। তেওঁ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ আগত শপত গ্ৰহণ কৰিছিল আৰু শপতনামাত স্বাক্ষৰ কৰিছিল। উক্ত অনুস্থানটোত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ […]