শিলচৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ অবৈধ বেহা। পুনৰ ৰাজ্যত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। কামৰূপ মহানগৰ আৰক্ষীয়ে এক অভিযান চলাই কাছাৰ জিলাত জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত কামৰূপ মহানগৰ আৰক্ষীৰ এটা দলে কাছাৰৰ জিৰীঘাটত অভিযান চলাই জব্দ কৰে ০.৫ কেজি হেৰ’ইনৰ লগতে ১.৫ […]
Tag: drugs case
Posted inঅসম