Posted inঅসম

মুখ্যমন্ত্ৰীৰ ড্ৰাগছ মুক্ত অসমৰ সপোন বাস্তবত ৰূপায়িত হ’বনে

নিউজ ডেস্ক: ডঃ হিমন্ত বিশ্বশৰ্মা নেতৃত্বাধীন বি জে পি চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা ৰাজ্য জুৰি ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে চলিছে আৰক্ষীৰ ব্যাপক অভিযান। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আৰু অসম আৰক্ষীক কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱাৰ পাছতে ৰাজ্যৰ গাঁও, নগৰ চহৰত বেয়াকৈ শিপাই পৰা এই বৰবিহ নিতৌ উদ্ধাৰ হৈছে। যোৱা মে মাহৰ পৰা চৰকাৰী তথ্য মতে […]