কমলপুৰঃ কমলপুৰ বোৰ্কাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ । জব্দকৃত ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্ৰায় ৭ কোটি টকা । কামৰূপ জিলা আৰক্ষীৰ এটা দলে অভিযান চলাই কমলপুৰ-বোৰ্কা গড়কাপ্টানী পথত ১ কেজি হেৰ’ইন , ৫ কেজি অপিয়ম , প্ৰায় ২হেজাৰ নিচাযুক্ত টেবলেটকে ধৰি বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয় । এ এছ ০১ পি চি […]
Tag: Drugs Recover
Posted inঅসম