Posted inNews

মাৰ্ঘেৰিটা, লিডুত ড্ৰাগছ আৰু কানিসহ ৩ জনক আটক

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত আৰক্ষী প্ৰশাসনৰ  ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। আজি মহকুমা আৰক্ষী বিষয়া হেমন্ত কুমাৰ বড়োৰ তৎপৰতাত মাৰ্ঘেৰিটা আৰক্ষী থানাৰ সমীপত ব্ৰাউন চুগাৰ, কানিসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হয়। আটকাধীন লোকজনক বৰডুমছাৰ অনিল শইকীয়া বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে শইকীয়াই ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা AS06 B 4746 নম্বৰৰ […]