বোকাখাত, উত্তম কুমাৰ শৰ্মা: বোকাখাত আৰক্ষীয়ে এক অভিযান চলাই বৃহস্পতিবাৰে নিষিদ্ধ ড্ৰাগছসহ এজন যুৱকক আটক কৰে। প্ৰাপ্ত তথ্য মতে, গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বৃহস্পতিবাৰে পুৱা বোকাখাতত এখন যাত্ৰীবাহী বাছৰ পৰা আৰক্ষীয়ে হেৰ’ইনসহ যুৱকজনক আটক কৰে। ধৃত যুৱকজনক নুমলীগড়ৰ ধোদাঙৰ গৌতম বাঢ়ৈ বুলি চিনাক্ত কৰা হৈছে। গোলাঘাটৰ ৰঙাজানৰ পৰা গুৱাহাটী অভিমুখে গৈ যাত্ৰীবাহী বাছখনৰ পৰা ১৩ […]
Tag: drugs
Posted inঅসম