Posted inঅসম

কাৰ্বি আংলঙত ২.৫ কোটি টকাৰ হেৰোইন জব্দ; এজন গ্ৰেপ্তাৰ

নিউজ ডেস্ক : কাৰ্বি আংলং জিলাৰ খটখটিত ২.৫ কোটি টকাৰ নিষিদ্ধ জাতীয় হেৰোইন জব্দ কৰা হয়। উক্ত ঘটনাৰ সৈতে এজন লোকক গ্ৰেপ্তাৰ কৰা হয় বুলি শনিবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে। জিলা আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে শুকুৰবাৰে নিশা এক গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তি খটখটিৰ লাহৰিজানত মণিপুৰৰ পৰা আহি থকা এখন যাত্ৰীবাহী বাছত অভিযান […]