নিউজ ডেস্কঃ গণতন্ত্ৰ দিৱসৰ দিনা গুৱাহাটীৰ প্ৰশাসনে জাৰি কৰিছিল ড্ৰাই-ডে। ড্ৰাই-ডে আছিল যদিও বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ ৰাজগড়ত কেইজনমান সুৰামত্ত উদণ্ড যুৱকে চাই চুট্টা নামৰ এখন কফি দোকানত লণ্ড ভণ্ড কৰে। দোকানখনৰ সন্মুখত থকা চিচি টিভি কেমেৰাত বন্দী হোৱা সকলো দৃশ্য এতিয়া সামাজিক মাধ্যমত বিয়পি পৰা দেখা গৈছে। ঘটনাৰ সময়ত সেই ঠাইত উপস্থিত থকা এজন প্ৰত্যক্ষদৰ্শীৰ […]
Tag: Dry Day
Posted inঅসম