গুৱাহাটী: অহা মঙলবাৰে গুৱাহাটীত হবলগীয়া নিৰ্বাচনৰ বাবে মহানগৰবাসীয়ে এতিয়া যাতায়াতৰ ক্ষেত্ৰত দূৰ্ভোগ ভুগিব লগা হৈছে । শণিবাৰেই দিছপুৰ, পূব গুৱাহাটী, পশ্চিম গুৱাহাটী আৰু জালুকবাৰী সমষ্টিৰ বাবে জিলা প্ৰশাসনে অধিগ্ৰহন কৰিছে প্ৰায় ১২৫০ যান বাহন । চিটিবাছৰ উপৰিও, ট্ৰেভেলাৰ, মেজিক আদিও অধিগ্ৰহন কৰিছে জিলা প্ৰশাসনে । শণিবাৰৰ পৰা মঙলবাৰলৈকে এই যানবাহন সমূহ অধিগ্ৰহন কৰিছে । যাৰ […]