ৰাজ্যৰ নতুন চৰকাৰে দায়িত্ব লোৱাৰ পিছতেই প্ৰায়বোৰ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক বদলী কৰাৰ পিছতেই এটা ঘটনা বাৰুকৈয়ে চকুত লগাকৈ পোহৰলৈ আহিছে, প্ৰয় সকলো জিলাতে অবৈধ ড্ৰাগছৰ মুকলী বেহা চলি অহাটো | ক’ভিড সৃষ্ট পৰিবেশৰ মাজতেই সকলো জিলাতেই চলিছে ড্ৰাগছ বিৰোধী অভিযান | এইবোৰ কাৰবাৰ চলি থকা বিষয়টো আৰক্ষীয়ে আগতে গম পোৱা নাছিল নে জানিও […]