Posted inNews

ভয়াৱহ অগ্নিকাণ্ড, জুইত জাহ গ’ল ৮ টাকৈ বাসগৃহ

ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ বিষ্ণুনগৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত জুইত জাহ গ’ল কেইবা লক্ষাধিক মূল্যৰ সা-সম্পত্তি। সম্পূৰ্ণৰূপে জুইত জাহ গৈছে ৮ টাকৈ বাসগৃহ। ভৱেশ গগৈ নামৰ লোকজনৰ ৮টাকৈ ভাড়া ঘৰ জুইত ভস্মীভূত হয়। আনহাতে, অগ্নিকাণ্ডৰ ফলত বিস্ফোৰণ হয় দুটাকৈ চিলিণ্ডাৰ। জানিব পৰা মতে, অগ্নিকাণ্ডৰ ফলত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই। অইল ইণ্ডিয়া লিমিটেডৰ […]