Posted inঅসম

ডাম্পিং গ্ৰাউণ্ড বিৰোধী প্ৰতিবাদত বহিল কলিয়াবৰ সমষ্টিৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ

চন্দ্ৰপুৰঃ পুনৰ ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চ চন্দ্ৰপুৰৰ উদ্যোগত উলিওৱা হয় সত্যাগ্ৰহ কাৰ্যসূচী। চন্দ্ৰপুৰ সূতাকল ৰাজহুৱা খেল পথাৰৰ পৰা চন্দ্ৰপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়লৈ ৰেলি উলিয়াই সাব্যস্ত কৰে প্ৰতিবাদ প্ৰতিবাদস্থলীত হঠাতে উপস্থিত হয় কলিয়াবৰ সমষ্টিৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ সহ প্ৰাক্তন কংগ্ৰেছি মন্ত্ৰী অকণ বৰা। অসম আৰক্ষীয়ে যোৱা ১৪ জুলাইত গণতান্ত্ৰিক ভাৱে প্ৰতিবাদ সাব্যস্ত কৰা নিৰীহ […]