Posted inক্ৰীড়া

মুম্বাই চিটি এফ চিক পৰাস্ত কৰি প্ৰথমবাৰলৈ ডুৰাণ্ড কাপ অৰ্জন বেংগালুৰু এফ চিৰ

নিউজ ডেস্ক: দেওবাৰে কলিকতাৰ ছল্ট লে’ক ষ্টেডিয়ামত বেংগালুৰু এফ চিয়ে মুম্বাই চিটি এফ চিক ২-১ গ’লত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰে। বেংগালুৰু এফ চিৰ হৈ শিৱ শক্তিয়ে খেলখনৰ ১০ মিনিটত প্ৰথমটো গ’ল স্ক’ৰ কৰাৰ লগতে ব্ৰাজিলৰ এলান কোষ্টাই ৬১ মিনিটত দ্বিতীয়টো গ’ল দিয়ে। আনহাতে মুম্বাই চিটি এফ চি হৈ […]