নিউজ ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ পাঁচজন ন্যায়াধীশৰ কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। ইয়াৰে ভিতৰত আছে সমকামী বিবাহৰ শুনানি গ্ৰহণ কৰি থকা ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট। সমকামী বিবাহৰ গোচৰটো প্ৰথম শুনানি ২৮ এপ্ৰিল অৰ্থাৎ সোমবাৰে অনুষ্ঠিত কৰা কথা আছিল। কিন্তু ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাটৰ কৰোনা প’জিটিভ হোৱাৰ পিছত সমকামী বিবাবহৰ আন ৪ গৰাকী সাংবিধানিক বিচাৰপীঠে নিজকে বৰ্তমান কোৱাৰিনটাইন […]