নৱবৰ্ষক আদৰণি জনোৱাৰ বাবে ব্যস্ত হৈ থকাৰ মাজতে মাজনিশা বিয়পি পৰিছিল আতংক। নিশা পলমকৈ হোৱা ভূমিকম্পই জোকাৰি গৈছিল হাৰিয়ানা। দিল্লীতো অনুভৱ হৈছিল কম্পন। এমাহৰ পিছত পুনৰ অনুভূত হোৱা ভূমিকম্পৰ ফলত সাধাৰণ লোকসকল উদ্বিগ্ন হৈ পৰিছে।নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ মতে, শনিবাৰে মাজনিশা দিল্লী, হাৰিয়ানাকে ধৰি কেইবাটাও ঠাইত ভূমিকম্পৰ জোকাৰণি অনুভৱ হৈছিল।ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩.৮ আছিল। […]
Tag: earthquake
Posted inঅসম
পুনৰ ভূমিকম্পই জোকাৰি যায় অসম
Posted inঅসম