Posted inক্ৰীড়া

কাইলৈৰ পৰা আৰম্ভ হ’ব আই পি এল

নিউজ ডেস্কঃ ৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব বহু প্ৰতিক্ষিত আইপিএল ১৪ ৷ প্ৰথমখন মেচত অৱতীৰ্ণ হ’ব ৰোহিত শৰ্মা নেতৃত্বাধীন ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু বিৰাট কোহলী নেতৃত্বাধীন ৰয়েল চেলেঞ্জাৰ্ছ ৷ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা মেচখনত দৰ্শক উপস্থিত থাকিব নোৱাৰিব ৷ কৰ’ণাৰ দ্বিতীয় ঢৌৰ বাবে ষ্টেডিয়ামত অনুৰাগীৰ অভাৱ হ’লেও টিভি পৰ্দাত দৰ্শকে উপভোগ […]