Posted inমুখ্যপৃষ্ঠা

Economy: ২০৩০ চনলৈকে আমেৰিকা-চীনৰ পাছতে থাকিব ভাৰত

ৰাজৰ্ষি চহৰীয়া India is Shining, India is Growing. ভাৰত হ’বলৈ গৈ আছে সমগ্ৰ বিশ্বৰ ভিতৰত তৃতীয় অৰ্থনৈতিক ৰাষ্ট্ৰ। আচৰিত নহ’ব এই কথা আমি কোৱা নাই; Global Investment Bank মৰ্গান ষ্টেনলীয়ে এই সম্ভাৱনা প্ৰকাশ কৰিছে এক সমীক্ষাত।  মৰ্গান ষ্টেনলীৰ সমীক্ষাত উল্লেখ কৰা হৈছে যে- ভাৰত অহা ১০ বছৰৰ ভিতৰত বিশ্বৰ তৃতীয় অৰ্থনীতি হ’বলৈ গৈ আছে। Why […]