Posted inদেশ-বিদেশ

ইকুৱেডৰৰ কাৰাগাৰত ভংয়কৰ ‘গেং ৱাৰ’; ১১৬ জন কয়দীৰ মৃত্যু, ৫ জনৰ শিৰশ্ছেদ

নিউজ ডেস্ক : লেটিন আমেৰিকান দেশ ইকুৱেডৰৰ এখন কাৰাগাৰত দুটা ফৈদৰ মাজত সংঘটিত ভয়ংকৰ ‘গেং ৱাৰ’ত ১১৬ জনকৈ কয়দীৰ মৃত্যু ঘটাৰ লগতে ৮০ জন কয়দী আহত হৈছে। সংবাদ মাধ্যমত প্ৰকাশিত তথ্য মতে সংঘৰ্ষত নিহত কয়দীসকলৰ প্ৰায় ৫ জনক শিৰশ্ছেদ কৰি দিয়া হৈছে। জানিব পৰা যোৱা মঙলবাৰে দেশখনৰ গুৱাৱাকুইল অঞ্চলত উক্ত সংঘৰ্ষৰ সূত্ৰপাত ঘটে। তেতিয়াৰ পৰা […]