নিউজ ডেস্কঃ দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰত যোৱা ২৬ ফেব্ৰুৱাৰীত চি বি আয়ে গ্রেপ্তাৰ কৰিছিল আপৰ জ্যেষ্ঠ নেতা মনীষ শিশোদিয়াক। একেই অভিযোগতেই বৃহস্পতিবাৰে ই ডিয়ে দিল্লীৰ তিহাৰ কাৰাগাৰত শিশোদিয়াক বহু সময় ধৰি জেৰা কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে। আজি শিশোদিয়া চি বি আইৰ গোচৰত জামিন পোৱাৰ সম্ভৱনা আছিল কিন্তু তাৰ পূৰ্বে ই ডিয়ে গ্ৰেপ্তাৰ কৰে। শিশোদিয়া ই […]