Posted inশিক্ষা

বছৰজুৰি মাত্ৰ এজন শিক্ষকৰে চলি আহিছে এইখন চৰকাৰী বিদ্যালয়

শিলচৰ: চৰকাৰে ৰাজ্যৰ শিক্ষাখণ্ডত উন্নতি সাধন হোৱা দাবী কৰি আহিছে শিক্ষাৰ মানদণ্ড কিমান আগবাঢ়িছে সেয়া এতিয়াও এক প্ৰশ্নবোধক চিন। এপিনে বিদ্যালয়সমূহত নতুন শিক্ষকৰ নিযুক্তি কৰাৰ কথা কৈ অহা হৈছে ৰাজ্যত এতিয়াও এনে বহু বিদ্যালয় আছে য’ত শিক্ষকৰ অভাৱত ছাত্ৰ-ছাত্ৰী শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ আহিছে।   কৰিমগঞ্জ জিলাৰ পাথৰকান্দি সমষ্টিৰ নিলকান্তপুৰস্থিত শিমতাংজয় মধ্য ইংৰাজী বিদ্যালয় […]