Posted inNews

অসমৰ শিক্ষানুষ্ঠানৰ শিক্ষকৰ বাবে ড্ৰেছ কোড নিৰ্ধাৰন চৰকাৰৰ

নিউজ ডেস্ক: অসম চৰকাৰে শিক্ষানুষ্ঠানৰ সকলো শিক্ষকৰ বাবে ড্ৰেছ কোড প্ৰৱৰ্তন কৰিছে। নতুন নিৰ্দেশনা অনুসৰি শিক্ষকসকলৰ বাবে সাজ-পোছাকৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু বিদ্যালয়ত থকাৰ সময়ত তেওঁলোকে মাৰ্জিত সাজ-পোছাক পৰিধান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আনুষ্ঠানিক চাৰ্ট, পেণ্ট, পুৰুষ শিক্ষকসকলে পৰিধান কৰিব লাগিব। আনহাতে মহিলা শিক্ষকসকলে শাৰী, মেখেলা-চাদৰ আৰু চুৰিদাৰ পিন্ধিবলৈ পৰামৰ্শ দিয়া হৈছে। […]