Posted inঅসম

ৰাজ্যৰ পৰীক্ষাৰ ব্যৱস্থাত ব্যাপক সাল-সলনি

নিউজ ডেস্কঃ উচ্চ শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে শিক্ষাৰ্থীয়ে সাজু হ’ব পৰাকৈ ৰাজ্যৰ শিক্ষা বিভাগে সাল-সলনি কৰিছে পৰীক্ষাৰ ব্যৱস্থা। শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে শুক্ৰবাৰে গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত পৰীক্ষা পে-চৰ্চা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অংশগ্ৰহণৰ পিছত তেওঁ সংবাদ মাধ্যমৰ আগত অৱগত কৰে যে, এতিয়াৰে পৰা ৰাজ্যৰ শিক্ষাৰ্থীয়ে বাধ্যতামূলক ভাৱে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত অৱৰ্তীণ হ’ব […]