Posted inদেশ-বিদেশ

এতিয়াৰে পৰা বিদ্যালয়ৰ নামভৰ্তিৰ বাবে ন্যূনতম বয়স ৬ বছৰ

নিউজ ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে প্রাথমিক শিক্ষাৰ বাবে জাৰি কৰিছে নতুন নির্দেশনা। এতিয়াৰে পৰা প্ৰথম শ্ৰেণীত নামভৰ্তি কৰিবলৈ শিশুটিৰ ন্যূনতম বয়স ৬ বছৰ বা তাতকৈ অধিক হ’ব লাগিব। শেহতীয়াকৈ কেন্দ্ৰীয় শিক্ষা মন্ত্রণালয়ে দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক এই সন্দৰ্ভত ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। তদুপৰি, মন্ত্রণালয়ে প্ৰথম শ্ৰেণীত নাম ভৰ্তি কৰাৰ পূৰ্বে দুবছৰৰ প্রাক […]