গুৱাহাটী উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ অসম চৰকাৰক ব্যক্তিগত তথা মূলসুঁতিৰ শিক্ষা প্ৰতিষ্ঠানসমূহত দুৰ্বল শ্ৰেণী আৰু সুবিধা বঞ্চিত শিশুসকলৰ নামভৰ্তিৰ লাভালাভ সন্দৰ্ভত শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ (২০০৯ ৰ আইন)ৰ ধাৰা ১২(১)(চি)ৰ অধীনত প্ৰস্তুত কৰা নীতি কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। জানিব পৰা মতে, বিষয়টোৰ ওপৰত এখন ৰাজহুৱা স্বাৰ্থৰ আবেদনৰ শুনানিৰ সময়ত ন্যায়াধীশ অচিন্ত মল্ল […]