Posted inঅসম

শিক্ষানুষ্ঠান খোলাৰ পাছতে অন্ধ্ৰত কৰ'নাত আক্ৰান্ত ৫০০ৰো অধিক ছাত্ৰ-ছাত্ৰী

কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশনা অনুসৰি ২নৱেম্বৰত বিদ্যালয় খোলাৰ পাছতে এক উদ্বেগজনক খবৰে সকলোকে চিন্তিত কৰি তুলিছে ।