লখিমপুৰঃ লখিমপুৰত আমছুৰ পুত্তলিকা দাহ। অসম তথা অসম বিৰোধী মন্তব্য কৰাৰ বাবে আমছুক সতৰ্ক কৰি পুত্তলিকা দাহ কৰে অসমীয়া যুৱ মঞ্চয়ে। আমছুক বাংলাদেশীৰ ৰক্ষক বুলিও ক্ষোভ উজাৰে প্ৰতিবাদকাৰী সকলে। লগতে পঢ়কঃড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ ৬ জন ড্ৰাগছ সৰবৰাহকাৰী সংগঠনটোক নিষিদ্ধ কৰিবলৈ দাবী জনাই চৰকাৰক। অসম আৰু অসমীয়াৰ স্বাৰ্থ বিঘ্নিত হ’ব পৰা কথা কলে […]