Posted inঅসম

জামুগুৰিহাটতো ঈদগাহ ময়দানত ঈদুল ফিতৰ সমূহীয়া নামাজ

জামুগুৰিহাটঃ আজি পবিত্ৰ ঈদ। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ সমীপৱৰ্তী ইটাখোলা অঞ্চলৰ এগৰাকী বিশিষ্ট নাগৰিক গিয়াছ চুদ্দিন আহমেদে আঁতধৰা পবিত্ৰ ঈদৰ সমূহীয়া নামাজত জিকিৰ ফাকিৰে উপস্থিত সকলোকে আদৰণি জনায়। সমূহীয়া নামাজত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা। লগতে পঢ়কঃকমাৰগাঁৱৰ বিশেষভাৱে সক্ষম যুৱতী প্ৰয়াত ৰুনু বৰুৱাৰ কবিতা সংকলন, উপন্যাস উন্মোচন লক্ষীকান্ত বৰাই এমাহ […]