Posted inঅসম

শোণিতপুৰতো অনুষ্টুপীয়াকৈ ঈদ উদযাপন

তেজপুৰঃ  বুধবাৰে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰে ঈদ উল আজহা। ক’ভিড সৃষ্ট পৰিৱেশৰ মাজতে অনুষ্টুপীয়াকৈ ঈদ উদযাপন কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। অৱশ্যে ক’ভিড মহামাৰীৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে । শোণিতপুৰ জিলাতো চৰকাৰৰ নীতি-নিৰ্দেশনা মানি চলি সকলোৱে সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাৰ্থত ঈদগাহত বা মছজিদত সামূহিক নামাজ নপঢ়ি নিজ নিজ ঘৰতে ঈদৰ […]