Posted inদেশ-বিদেশ

শিৱসেনাৰ ৫৩জন বিধায়কলৈ মহাৰাষ্ট্ৰ বিধানসভাৰ সচিবৰ জাননী প্ৰেৰণ

নিউজ ডেস্কঃ মহাৰাষ্ট্ৰৰ ৰাজনীতিত নতুন মোৰ। শিৱসেনাৰ ৫৫ জন বিধায়কৰ ভিতৰত ৫৩ জনলৈ বিধানসভাৰ সচিব ৰাজেন্দ্ৰ ভাগৱতে কাৰণ দৰ্শাই জাননী প্ৰেৰণ কৰিছে। এই বিধায়কসকলৰ ভিতৰত ৩৯ জন মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ শিবিৰৰ আৰু বাকী ১৪ জন উদ্ধৱ বাহিনীৰ। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, দুয়ো পক্ষই ৩ জুলাইত অধ্যক্ষৰ নিৰ্বাচনত আৰু ৪ জুলাইত আস্থা ভোটত ‘হুইপ'(whip) অস্বীকাৰ […]