Posted inNews

মহাৰাষ্ট্ৰত অট্টালিকা খহি ৮জন লোক নিহত, ১৮জনক উদ্ধাৰ

নিউজ ডেস্ক- সোমবাৰে মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভিৱান্দি চহৰৰ ভালপাৰা অঞ্চলত অট্টালিকা খহি পৰা ঘটনাত মৃত্যুৰ সংখ্যা ৮জনলৈ বৃদ্ধি পাইছে। ঘটনা সংঘটিত হোৱাৰ পৰা বৰ্তমানলৈ  ১৮ জন লোকক উদ্ধাৰ কৰা হৈছে। তেওঁলোক সকলোকে থানেৰ উপজিলা চিকিৎসালয়ত চিকিৎসা কৰা হৈছে। উল্লেখ্য যে, তিনিমহলীয়া অট্টালিকাটো শনিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত খহি পৰে। এই ভৱনটো ২০১৪ চনত ইন্দ্ৰপাল পাৰ্টিলৰ […]