Posted inদেশ-বিদেশ

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা

নিউজ ডেস্ক : নিৰ্বাচনী আয়োগে আজি পাঁচখন ৰাজ্য ক্ৰমে – উত্তৰ প্ৰদেশ, পঞ্জাব, গোৱা, মণিপুৰ আৰু উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে। উত্তৰ প্ৰদেশত ১০, ১৪, ২০, ২৩, ২৭ ফেব্ৰুৱাৰী আৰু ৩, ৭ মাৰ্চত ৭ পৰ্য্যায়ত ২০২২ বৰ্ষৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। অহা ২৭ ফেব্ৰুৱাৰী আৰু ৩ মাৰ্চত মণিপুত দুটা পৰ্য্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে, […]