Posted inঅসম

বাক্সা জিলাৰ নাওকাটাৰ কলবাৰীত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ সভা

গোৰেশ্বৰঃ তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বাক্সা জিলাৰ নাওকাটাৰ কলবাৰীত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ সভা। কলবাৰী শিৱমন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত উপস্থিত থাকে অসম বিধান সভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ লগতে ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভাস্কৰ দাহাল। লগতে পঢ়কঃআজি কাতি […]