মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডেই দেওবাৰে যুটীয়াভাৱে ভাৰতৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি হিচাপে জগদীপ ধনখাৰৰ নিৰ্বাচনী প্ৰমাণপত্ৰত স্বাক্ষৰ কৰে। ইয়াৰ লগে লগে, দেশৰ চতুৰ্দশ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ল।
Tag: Election Commission
Posted inঅসম