Posted inৰাজনীতি

AssamElection2021!কোন সমষ্টিত কোন প্ৰাৰ্থীৰ জয়লাভ

নিউজ ডেস্কঃ অসম বিধান সভাৰ নিৰ্বাচনৰ শেহতীয়া ফলাফল অনুসৰি বিজেপি মিত্ৰজোঁটে ৭৫খন, কংগ্ৰেছ মহাজোঁটে ৫০ খন আৰু অন্যান্যই ১খন আসন লাভ কৰিছে। বিজেপিয়ে অকলে ৬০খনত, কংগ্ৰেছে ২৯খনত, এআইইউডিএফে ১৬খন, অগপই ৯খন, ইউপিপিএলে ৬খন আসন লাভ কৰিছে। ৰাজ্যৰ কেইবাটাও সমষ্টিত প্ৰাৰ্থীৰ বিজয় নিশ্চিত হৈছে । জাগীৰোড সমষ্টিত বিজয়ী হৈছে পিয়ুষ হাজৰিকা, কমলপুৰত বিজেপিৰ দিগন্ত কলিতা বিজয়ী […]