Posted inঅসম

অসমত বিগত ১৪টা দিনত ৩১ কোটিতকৈ অধিক টকা জব্দ

নিউজ ডেস্ক: নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰে পৰা কঠোৰ পৰ্যবেক্ষণ, নিৰীক্ষণ আৰু অভিযানত সমগ্ৰ অসমত বিগত ১৪টা দিনত ৩১ কোটিতকৈ অধিক টকা জব্দ হৈছে৷ যোৱা ২৬ ফেব্রুৱাৰীত নির্বাচন ঘোষণা কৰা দিনৰ পৰা অসম আৰক্ষী, আবকাৰী বিভাগ, আয়কৰ বিভাগ, ৰাজহ, চোৰাংচোৱা সঞ্চালকালয়, নার্কোটিকছ কণ্ড্রোল ব্যুৰ’, ফ্লায়িং স্কোৱাড, স্থিৰ নিৰীক্ষণকাৰী দল আৰু অন্যান্য নিয়ন্ত্রক সংস্থাসমূহে ৰাজ্যখনত নগদ ধন […]