Posted inNews

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ LIVE UPDATES

কৰ্ণাটকত চৰকাৰ গঠনৰ দিশে কংগ্ৰেছ। বৃহৎ জয়ৰ লক্ষ্যৰে আগবাঢ়িছে কংগ্ৰেছে কৰ্ণাটক বিধানসভা নিৰ্বাচনত। ২২৪ খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰি আছে ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীসকলে। নিশা ৯.০৫ বজাতঃ শেহতীয়া ভাৱে কংগ্ৰেছ আৰু বিজেপিয়ে লাভ কৰিছে এখনকৈ আসন। ইয়াৰ ফলত কংগ্ৰেছৰ মুঠ আসনৰ সংখ্যা ১৩৫ খনলৈ বৃদ্ধি আৰু বিজেপিৰ ৬৫ খনলৈ আসনৰ সংখ্যা বৃদ্ধি। এতিয়া কেৱল এখন আসনৰ […]