Posted inNews

নতুন বছৰৰ আৰম্ভণিতে প্ৰতি ইউনিটত ১ টকাকৈ বিদ্যুৎ মাছুল বৃদ্ধিৰ প্ৰস্তাৱ

পুনৰ বৃদ্ধি কৰা হ’ব বিদ্যুৎ মাছুল। নতুন বছৰৰ আৰম্ভণিতে গ্ৰাহকৰ মূৰত ৰাম টাঙোন শোধাই শক্তি বিভাগে প্ৰতি ইউনিট বিদ্যুৎ মাছুলত ১ টকাকৈ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে। জানিব পৰা মতে APDCLয়ে এই প্ৰস্তাৱ প্ৰেৰণ কৰিছে বিদ্যুৎ নিয়ামক আয়োগলৈ। এই প্ৰস্তাৱৰ ওপৰত আজি সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, নিৰ্ভৰযোগ্য যোগান নিশ্চিত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে […]