নিউজ ডেস্ক : যোৱা দশকত ভাৰতে দেশৰ প্ৰতিঘৰ মানুহলৈ বিদ্যুৎ সংযোগ স্থাপনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে, ২০২০ চনলৈকে দেশৰ ৯৬ শতাংশ লোকৰ ঘৰত বিদ্যুতৰ সংযোগ ঘটিছে। কিন্তু ইয়াৰ বিপৰীতে দেশৰ এক তৃতীয়াংশ বিদ্যালয় (৩৭ শতাংশ) আৰু এক চতুৰ্থাংশ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত (২৪ শতাংশ) আজি পৰ্য্যন্ত বিদ্যুতৰ সংযোগ ঘটা নাই। স্বাস্থ্যসেৱা আৰু শিক্ষাখণ্ডৰ উন্নয়নৰ […]
Tag: Electricity
Posted inঅসম