বোকাখাত/উত্তম কুমাৰ শৰ্মা : নুমলীগড়ৰ কালিয়নী নদীৰ পাৰৰ ভাংবাৰী অঞ্চলত এটা অবৈধ বালি মহলৰ অস্থায়ী বহাত দেওবাৰে নিশা বন্য হস্তীয়ে অতৰ্কিত আক্ৰমণত দুজন শ্ৰমিক নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হৈছে। হাতীৰ আক্ৰমণত আকবৰ আলি নামৰ শ্ৰমিকজন থিতাতে নিহত হোৱাৰ লগতে মহম্মদ ইচলামুদ্দিন নামৰ আনজন শ্ৰমিকৰ যোৰহাট মেডিকেল কলেজ হাস্পাতালত মৃত্যু ঘটে। আনহাতে উক্ত আক্ৰামণত […]