মাৰ্ঘেৰিটাঃ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত মাৰ্ঘেৰিটা মহকুমাৰ পাৱৈ বনগাঁৱত এটি হাতীৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য। এটি সৰু নলাত উদ্ধাৰ হয় হাতীটোৰ মৃতদেহটো। এই সন্দৰ্ভত এজন স্থানীয় লোকে কয়, ‘ডিগবৈ বন সংমণ্ডলৰ নিচেই কাষতে পাভৈ বনগাঁৱত এটা সৰু নলাত পৰি এটা হাতী পোৱালিৰ মৃত্যু হয়। এই অঞ্চলটোত বিভিন্ন সময়ত বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে। কিন্তু এই […]
Tag: elephant dead
Posted inঅসম