Posted inঅসম

চিৰাঙত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ

চিৰাংঃ চিৰাঙৰ দেওশ্ৰীৰ ব্ৰহ্মপাৰাৰ বনাঞ্চলত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ। মৃত হাতীটোৰ দাঁত আৰু নেজ ইতিমধ্যে কাটি নিছে দুবৃৰ্ত্তই। হাতীটোক কোনো দুষ্টচক্ৰই হত্যা কৰি হাতীটোৰ দাঁত আৰু নেজ কাটি লৈ গৈছে বুলি স্থানীয় লোকে সন্দেহ কৰিছে। ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈ ইতিমধ্যে তদন্তৰ বাবে হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷ প্ৰায় চাৰি – পাঁচ দিন মান পূৰ্বে দুৰ্বৃত্তই হাতীটোক […]