আজি অসমত উপস্থিত হ’ব ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। তিনিদিনীয়া কাৰ্যসূচীৰে আজি পুৱা অসমলৈ আহিছে ৰাষ্ট্ৰপতিগৰাকী। আজি পুৱা ১০ বজাত যোৰহাট বিমানবন্দৰত বায়ুসেনাৰ বিশেষ বিমানেৰে অৱতৰণ কৰে ৰাষ্ট্ৰপতি মুৰ্মুয়ে। জানিব পৰা মতে, আজি ৰাষ্ট্ৰপতিগৰাকীয়ে কাজিৰঙা ভ্ৰমণ কৰি মনোমোহা দৃশ্য উপভোগ কৰে। অহাকালিলৈ কাজিৰঙাত অনুস্থিত হ’ব লগা গজ উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। আৰু তাৰ পিছৰ […]