Posted inঅসম

খুমটাইত বনৰীয়া হাতীৰ উপদ্ৰৱ; ৰবি শস্যৰ খেতি অনিষ্ট সাধন

কমাৰগাঁও (গোলাঘাট): গোলাঘাট জিলাৰ খুমটাইৰ বিভিন্ন অঞ্চলত শুকুৰবাৰে নিশা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায়। বনাঞ্চলৰ পৰা ওলাই অহা দুটা বনৰীয়া হাতীয়ে মৰঙী অঞ্চলৰ পৰা ধনশিৰি নদী পাৰ হৈ খুমটাই অঞ্চলত প্ৰৱেশ কৰি নৈৰ দাতিকাষৰীয়া কৃষকৰ সৰিয়হ, আলু ৰঙালাও আদি খেতি খাই, গছকি অনিষ্ট কৰে। ইয়াৰ উপৰিও বনৰীয়া হাতী দুটাই খুমটাইস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰৱেশ কৰি কলগছসমূহো […]