Posted inNews

টুইটাৰ ক্ৰয় কৰি মাস্কে হেৰুৱালে ২০০ বিলিয়ন ডলাৰ মূল্যৰ সম্পত্তি

এসময়ত ৩২১ বিলিয়ন আমেৰিকান ডলাৰৰ গৰাকী আছিল এলন মাস্ক। টেছলা-টুইটাৰৰ গৰাকীয়ে যোৱা কেইমাহমানত প্ৰায় ২০০ বিলিয়ন ডলাৰ হেৰুৱাইছে। তেওঁৰ অভিলেখ সম্পত্তিৰ পতনৰ বিষয়ে এতিয়া বিভিন্ন সংবাদ মাধ্যমত চৰ্চা হৈছে।ব্লুমবাৰ্গৰ বিলিয়নাৰ ইণ্ডেক্স অনুসৰি, ২০২১ চনৰ নৱেম্বৰত মাস্কৰ মুঠ সম্পত্তিৰ মূল্য আছিল ৩৪০ বিলিয়ন ডলাৰ। ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য অতি কমেও ২৮ লাখ কোটি টকাতকৈ অলপ বেছি। […]