Posted inNews

টুইটাৰত ব্লু টিক নথকা ব্যৱহাৰকাৰীয়ে দৈনিক পঢ়িব পাৰিব ৬০০ টা পোষ্ট

নিউজ ডেস্কঃ টুইটাৰ ব্যৱহাৰকাৰীক যেন এতিয়া এলন মাস্কে নিতৌ ন ন নিয়মেৰে বান্ধি পেলাইছে । জনপ্ৰিয় সামাজিক মাধ্যম হিচাপে খ্যাত টুইটাৰ ব্যৱহাৰকাৰীৰ বাবে পুনৰ নতুনকৈ নিয়ম বান্ধি দিছে এলন মাস্কে। শেহতীয়া ভাৱে এলন মাস্কে ছ’চিয়েল নেটৱৰ্কিং ছাইটটোত পোষ্ট পঢ়াৰ বাবে দৈনিৰ সীমা নিৰ্ধাৰণ কৰাৰ বাবে ঘোষণা কৰিছে। মাস্কে প্ৰকাশ কৰা অনুসৰি, স্বীকৃতিপ্রাপ্ত টুইটাৰ ব্যৱহাৰকাৰীয়ে নিতৌ […]