Posted inNews

জলকোঁৱৰ এলভিছে পুনৰ সাঁতুৰিব ইংলিছ চেনেলত

অসমৰ প্ৰখ্যাত সন্তৰণবিদ তথা কেবাটাও ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে বিভূষিত জলকোঁৱৰৰূপে পৰিচিত এলভিছ আলী হাজৰিকাই পুনৰ সাতুৰিবলৈ লৈছে ইংলিছ চেনেলত। উল্লেখ্য যে এই পদক্ষেপ হ’ব সন্তৰণবিদগৰাকীৰ দ্বিতীয়টো প্ৰচেষ্টা।