Posted inঅসম

ৰহা সমষ্টিৰ গাৰোখোন্দা পঞ্চায়তত মথাউৰি নিৰ্মাণত ব্যাপক বিসংগতি

কামপুৰঃ গাৰোখোন্দা পঞ্চায়তৰ দহ নং ৱাৰ্ডৰ এটা মথাউৰি নিৰ্মাণক লৈ এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ। পঞ্চায়তটোৰ কেইগৰাকী মান পঞ্চায়ত সদস্যই দহ নম্বৰ ৱাৰ্ডৰ মথাউৰিটো অৰ্ধ নিৰ্মাণ কৰি স্থগিত ৰখাত এতিয়া জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। পঞ্চায়তৰ সভানেত্ৰী চম্পা বেপীৰ নামত অহা এই কামটো এগৰাকী অন্য ৱাৰ্ডৰ সদস্যই কৰিছিল। বিগত বৰ্ষত প্ৰলয়ংকাৰী বানৰ কবলত পৰিব […]