প্ৰতি বছৰে জুন মাহ গৌৰৱৰ মাহ হিচাপে উদযাপন কৰি অহিছে কিন্নৰ সম্প্ৰদায়ক স্বীকৃতি দিবলৈ।এইবাৰ এই বিশেষমাহটোত জিলিকি উঠিল দিল্লীৰ এল জি বি টি মহিলা নাজ যোশী। আন্তৰাষ্ট্ৰীয় মঞ্চত এইবাৰ নাজ যোশীয়ে লাভ কৰিলে বিশেষ সন্মান | ২০২১-২২ বৰ্ষৰ ‘সম্ৰাজ্ঞী পৃথিৱী’ৰ মুকুট জিনিবলৈ সক্ষম হ’ল নাজ যোশী়। আন্তৰাষ্ট্ৰীয় মঞ্চত এনে সন্মান লাভ কৰা নাজ যোশী প্ৰথম […]