নিউজ ডেস্কঃ সুদীর্ঘ ১৬ দিনীয়া বিৰামহীন অপেক্ষাৰ পাচত অৱশেষত দুৰ্ভগীয়া পৰিয়ালটোক আজি চমজাই দিয়া হ’ল ডিম্বেশ্বৰ মুছাহাৰীৰ গুলীবিদ্ধ মৃতদেহটো। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ)ত দিনৰ প্ৰায় আঢ়ৈ বজাত পৰিয়ালৰ হাতত ডিম্বেশ্বৰৰ মৃতদেহটো গতাই দিয়ে চি আই ডিয়ে। সুদীর্ঘ ১১ দিন ধৰি ডি এন এ পৰীক্ষা চলাৰ পিচত আজি পুনৰবাৰ নিশ্চিত হয় মৃতদেহটো […]