Posted inঅসম

অৰুণাচল প্ৰদেশৰ চৌখামত ENNG ৰ কেডাৰসহ তিনি গৰাকী লোক আটক

নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশত অব্যাহত আছে উগ্ৰপন্থী বিৰোধী অভিযান। বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ চৌখাম আৰক্ষীয়ে এক গোপন তথ্যৰ আধাৰত চৌখামৰ এখন গাঁৱৰ পৰা নগা বিদ্ৰোহী সংগঠন ENNG ৰ এগৰাকী কেডাৰৰ লগতে ENNG লগত জড়িত থকাৰ অভিযোগত আন তিনিজন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আটকাধীন ENNG উগ্ৰপন্থী সদস্য গৰাকীৰ নাম চাও কিনতা খামহু(২৫) বুলি জানিব […]